एक बार क्लिक कर पोर्टल को Subscribe करें खबर पढ़े या अपलोड करें हर खबर पर इनकम पाये।
MY Father
- 151061232 - SHAHAJUL ISLAM
0
0
17 Mar 2020 13:42 PM
দেউতাক এজন এনে মানু্হ
যিজনৰ মৰম বেলেগৰ পৰা কেতিয়াও নাপাওঁ,
দেউতাক এজন এনে মানু্হ
যিজনৰ চকুৰ আঁৰত মোৰ সফলতাৰ চকুলো ভাহি থাকে।
দেউতাক এজন এনে মানু্হ
যিজনে মোক সবাতোকৈ আপোন ভাবে,
দেউতাক এজন এনে মানু্হ
যিজনে মোৰ সূখৰ বাবে নিজৰ দুঃখ লুকাই ৰাখে।দেউতাক এজন এনে মানু্হ
যিজন মোৰ প্ৰথম আৰু প্ৰিয় হিৰো,
দেউতাক এজন এনে মানু্হ
যিয়ে মোক সঠিক আৰু সুপথৰ ঠিকনা দিয়ে।দেউতাক এজন এনে মানু্হ
যিয়ে মোৰ প্ৰতিটো বিপদৰ লগৰী,
দেউতাক নাথাকিলে লাগে খালি খালি
দেউতাক! তোমাৰ আৰ্শীবাদ অপৰিসীম।
(মই এই কবিতা মোৰ দেউতাকৰ মৃত্যুৰ পিছত অনুভৱ কৰি প্ৰথম টো কবিতা লিখিলোঁ)